New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/national-voters-day.jpg)
- আজি পুৱা ৭.৩০ বজাৰ পৰা চলি আছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।
- দুপৰীয়া ২ বজা পৰ্যন্ত প্ৰায় ৩৭ শতাংশ ভোটদান সম্পূৰ্ণ।
- আবেলি ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ।
- ২৪ এপ্ৰিলত ঘোষণা হ'ব ফলাফল।
- ২৪ এপ্ৰিল পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা।
- মুঠ ৭৫৭টা ৱাৰ্ডত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
- এইবেলি নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে।