/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মাৰ্ঘেৰিটাৰ এজন কয়লা ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযান।
পুৱতি নিশা চলা এই অভিযানত উদ্ধাৰ হৈছে ৩২ কোটি ৯৯ লাখ টকা।
ৰন লুংচাং নামৰ কয়লা ব্যৱসায়ীজনৰ ঘৰত উদ্ধাৰ এই টকাখিনি।
লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লাখনিত ৩ শ্রমিকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে ব্যৱসায়ীজন জড়িত থকাৰ সন্দেহ।
বৰ্তমান পলাতক অৱস্থাত আছে কয়লা ব্যৱসায়ী ৰন লুংচাং।
Also Read: বাইকৰ ওপৰত উভালি পৰিল গছঃ এজন আহত, বন্ধ VIP পথৰ যাতায়ত...