জম্মু-কাশ্মীৰৰ এনকাউন্টাৰত মৃত্যু সন্ত্ৰাসবাদীৰ…

জম্মু-কাশ্মীৰৰ এনকাউন্টাৰত মৃত্যু সন্ত্ৰাসবাদীৰ…

author-image
asomiyapratidin
New Update
জম্মু-কাশ্মীৰৰ এনকাউন্টাৰত মৃত্যু সন্ত্ৰাসবাদীৰ…

  • জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰ।
  • শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।
  • শনিবাৰে এই কথা জানিবলৈ দিয়ে আৰক্ষীয়ে।
  • অনন্তনাগত হিজবুল মুজাহিদীনৰ এজন স্ব ঘোষিত সন্ত্ৰাসবাদীৰ মৃত্যপ।
  • এনকাউণ্টাৰত মৃত্যু নিছাৰ খাণ্ডে নামৰ সন্ত্ৰাসবাদী জনৰ।
  • এনকাউণ্টাৰত ৩জন জোৱান আহত লগতে স্থানীয় লোকো আহত হয়।
  • সন্ত্রাসবাদীজনৰ পৰা এটা AK-47 ৰাইফল জব্দ।
encounter Jammu Kashmir