New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- বিয়লি ৩ বজালৈকে কৰিমগঞ্জৰ ভোটদানৰ হাৰ ৬৩.৬৬ শতাংশ।
- নগাঁৱত ৩ বজালৈকে ৫৬.৭৮ শতাংশ ভোটদানৰ হাৰ।
- শিলচৰ সমষ্টিত ৫৭.০৬ শতাংশ ভোটদানৰ হাৰ।
- মঙলদৈত ৩ বজাৰলৈকে নিৰ্বাচনৰ হাৰ ৬২.৭৩ শতাংশ।
- ডিফুত ভোটদানৰ হাৰ ৩ বজাৰলৈকে ৬২.৭০ শতাংশ।
- ইফালে মুঠ ভোটদানৰ হাৰ ৫ সমষ্টিত ৬০.৩৮ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us