New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b4ca56fa-9968-47ca-a364-779d941741bd/download.jpg)
-
ডিগবৈৰ পেঙেৰীত বজ্রপাতত আহত ৩জন।
-
জানকীপুৰ চাহ বাগিচাত সংঘটিত এই ঘটনা।
-
চাহগছ কলম কৰি থকা সময়তে বজ্র পৰি আহত শ্রমিক।
-
আহত কেইগৰাকী ক্ৰমে ৰীতা মূড়া, কাৰ্তিক কন্দ, জুলী বিংঘাই।
-
আহতসকলক ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।