বজ্র পৰি আহত ৩ শ্রমিক

চাহগছ কলম কৰি থকা সময়তে বজ্র পৰি আহত শ্রমিক।
বজ্র পৰি আহত ৩ শ্রমিক
  • ডিগবৈৰ পেঙেৰীত বজ্রপাতত আহত ৩জন।

  • জানকীপুৰ চাহ বাগিচাত সংঘটিত এই ঘটনা।

  • চাহগছ কলম কৰি থকা সময়তে বজ্র পৰি আহত শ্রমিক।

  • আহত কেইগৰাকী ক্ৰমে ৰীতা মূড়া, কাৰ্তিক কন্দ, জুলী বিংঘাই।

  • আহতসকলক ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in