/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6788cf33-b241-4935-ba14-d12c97d3b9eb/ijdjudd.jpg)
নামৰূপত সংঘটিত হয় ভয়ংকৰ ঘটনা।
শিলৰ কোঁৱেৰীৰ ক্ৰাচাৰ মেছিনত সোমাল ৩ গৰাকী মহিলা।
পিংকু সিং নামৰ লোকজনৰ কোঁৱেৰীত এই ঘটনা।
আহত মহিলা কেইগৰাকীৰ নাম- ৰশ্মিতা তাঁতী, অনিতা হৰিজন আৰু সুনিতা তাঁতী।
উন্নত চিকিৎসাৰ বাবে আটাই কেইগৰাকীক ডিব্ৰুগড়লৈ প্ৰেৰণ।
বৰ্তমান মহিলা কেইগৰাকী সংকটমুক্ত বুলি জানিব পৰা গৈছে।
পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষা নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।