মাজুলীত পানীত পৰি তিনিটাকৈ শিশুৰ মৃত্যু

মাজুলীত পানীত পৰি তিনিটাকৈ শিশুৰ মৃত্যু।
মাজুলীত পানীত পৰি তিনিটাকৈ শিশুৰ মৃত্যু
  • মাজুলীত পানীত পৰি তিনিটাকৈ শিশুৰ মৃত্যু।

  • মাজুলীৰ বৰদোৱাত সংঘটিত এই শোকাৱহ ঘটনা।

  • মৃত শিশুকেইটাৰ দুজনৰ বয়স ৯ আৰু এজনৰ বয়স ৭।

  • খেলি থকা অৱস্থাত ঘৰৰ পুখুৰীত পৰি মৃত্যু শিশুকেইটাৰ

  • বালিচাপৰি আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুকেইটাৰ মৃতদেহ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in