
মেট্রিকৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল প্রসংগ
ঘটনা সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ CIDৰ
শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক গ্রেপ্তাৰ
গ্রেপ্তাৰ শিক্ষক হেৰম্ব কুমাৰ দাস, চালক বিন্দেশ্বৰ টুমুঙক
পাণবজাৰ থানাত ৰখা হৈছে শিক্ষয়িত্রী জ্যোতিৰেখা বৰগোহাঁইক
CID থানাত ৰখা হৈছে আন দুগৰাকী অভিযুক্তক
এতিয়াও গ্রেপ্তাৰ হোৱা নাই চিত্র ৰয়
চিত্র ৰয়ক সোধা-পোছা অব্যাহত CIDৰ
চিত্র ৰয় আৰু জ্যোতিৰেখাৰ ভাষ্যৰ মিল পোৱা নাই CID-য়ে