আজি কাৰ কাৰ ভাগ্য নিৰ্ণয় হ’ব অসমত…

আজি কাৰ কাৰ ভাগ্য নিৰ্ণয় হ’ব অসমত…

author-image
asomiyapratidin
New Update
বিয়লি ৫ বজালৈকে ক’ত কিমান ভোট, পঢ়ক সবিশেষ খবৰ…

  • লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ।
  • নগাঁৱত মুল যুঁজ হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজত।
  • সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।
  • বৰদলৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা।
  • ডিফু সংসদীয় সমষ্টিতো কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ'ব মুল নিৰ্বাচনী যুঁজ।
  • সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংতিৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হৰেন সিং বে'।
  • মঙলদৈ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ দিলীপ শইকীয়াৰ সৈতে মুল যুঁজ হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ।
  • শান্তিপূৰ্ণভাৱে সমষ্টিটোত আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • শিলচৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব প্ৰতিদ্বন্দ্বিতা।
  • কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেৱৰ সন্মুখত বিজেপি প্ৰাৰ্থী ৰাজদ্বীপ ৰয়।
  • কৰিমগঞ্জত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত।
  • সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী স্বৰূপ দাস।
  • এ আই ইউ ডি এফৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাধেশ্যাম বিশ্বাসে।
  • কৰিমগঞ্জত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মল্লা।