দ্বিতীয় পৰ্যায়ৰ ক’ত কিমানখন আসনৰ বাবে হৈছে ভোটগ্ৰহণ…

দ্বিতীয় পৰ্যায়ৰ ক’ত কিমানখন আসনৰ বাবে হৈছে ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ ক’ত কিমানখন আসনৰ বাবে হৈছে ভোটগ্ৰহণ…

অসমঃ

  • অসমত ৫খন আসনত হৈছে ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৬৯,১০,৫৯২জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৫০।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮৯৯২টা।

বিহাৰঃ 

  • বিহাৰত অনুষ্ঠিত হৈছে ৪খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৮৫,৫২,২৭৪ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৬৮।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮৬৪৪টা।

জম্মু-কাশ্মীৰঃ

  • জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে ২খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ২৯৬০০২৭ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৪।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৪২৬টা।

উত্তৰপ্ৰদেশঃ

  • উত্তৰপ্ৰদেশত অনুষ্ঠিত হৈছে ৮খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ১,৪০,৭৬,৬৩৫ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮৫।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১৬,১৬২টা।

কৰ্ণাটকঃ

  • কৰ্ণাটকত অনুষ্ঠিত হৈছে ১৪খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ২৬৩৩৮২৭৭ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৪১।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩০,৪১০টা।

মণিপুৰঃ

  • মণিপুৰত অনুষ্ঠিত হৈছে ১খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৯২৮৬২৬ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ১১।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১৩০০টা।

পশ্চিমবংগঃ

  • পশ্চিমবংগত অনুষ্ঠিত হৈছে ৩খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৪৯৩২৩৪৬ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪২।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫৩৯০টা।

ওড়িশ্যাঃ

  • ওড়িশ্যাত অনুষ্ঠিত হৈছে ৫খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৭৬৯৩১২৩ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৫।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৯১১৭টা।

ছত্তীশগড়ঃ

  • ছত্তীশগড়ত অনুষ্ঠিত হৈছে ৩খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৪৮৯৫৭১৯ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৬।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬৪৮৪টা।

তামিলনাডুঃ

  • তামিলনাডুত অনুষ্ঠিত হৈছে ৩৮ খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৫৮৪৪২৭৬৭ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮২২।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬৪২২৫টা।

পুডুচেৰীঃ

  • পুডুচেৰীত অনুষ্ঠিত হৈছে ১খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৯৭৩১৬১ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৮।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৯৭০টা।