শুকুৰবাৰৰ দিনটোত দৰঙত আক্ৰান্ত ২৫ জন…

শুকুৰবাৰৰ দিনটোত দৰঙত আক্ৰান্ত ২৫ জন…

ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাটো নতুনকৈ আৰম্ভ হৈছে ক'ভিডৰ প্ৰাদুৰ্ভাৱ। শুকুৰবাৰৰ দিনটোত জিলাখনত ২৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য মতে পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ৮৬ জন লোক আক্ৰান্ত হৈছে ক'ভিডত।

৮০ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে ৬ জন ইতিমধ্যে সুস্থ হৈ উঠিছে।
দৰঙবাসী ৰাইজক সকলো ধৰণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in