২৪ ঘণ্টাই নিৰ্বাচনী খবৰ কেৱল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত…

২৪ ঘণ্টাই নিৰ্বাচনী খবৰ কেৱল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত…

author-image
asomiyapratidin
New Update
২৪ ঘণ্টাই নিৰ্বাচনী খবৰ কেৱল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত…

ডিজিটেল ডেস্কঃ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা দুই পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ খবৰ সবিস্তাৰে ২৪X৭ প্ৰকাশ কৰিছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে। তৃতীয় পৰ্যায়তো ২৪ ঘণ্টাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে প্ৰকাশ কৰিব ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী খবৰ।

আপোনাৰ হাতত যদি নিৰ্বাচন সম্পৰ্কীয় খবৰ থাকে, তেনেহ'লে আপুনি আমালৈ প্ৰেৰণ কৰিব বা সেই খবৰ সন্দৰ্ভত আমাক জনাব পাৰিব। আমাক সেই খবৰ ফোনযোগে জনাব পাৰিব। খবৰ দিবলৈ ম'বাইল নম্বৰ কেইটা ক্ৰমে- ৬০০০৯-৫৩৪৩৪, ৯৪৩৫০-৬২৬৭৮ আৰু ৯৯৫৪৫-৪৪৪৫০। এই নম্বৰ কেইটাতে হোৱাটছএপ যোগেও আপোনাৰ হাতত থকা নিৰ্বাচনী খবৰ প্ৰেৰণ কৰিব পাৰিব। যিকোনো সময়তে প্ৰেৰণ কৰিব পাৰিব এই খবৰ। কেৱল নিৰ্বাচনী খবৰহে এই ফোন নম্বৰযোগে গ্ৰহণ কৰা হ'ব। খবৰৰ সৈতে পৰ্যাপ্ত আলোকচিত্ৰ আৰু ভিডিঅ'ও পঠিয়াব পাৰিব।