
ৰাজ্যৰ ২১খন আৰক্ষী থানাৰ উন্নীতকৰণৰ সিদ্ধান্ত
ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শকক ভাৰপ্ৰাপ্ত পৰিদৰ্শকলৈ উন্নীত কৰাৰ সিদ্ধান্ত
নলবাৰী, দৰং, মৰিগাঁৱৰ ৩খনকৈ থানাৰ উন্নীতকৰণ
কামৰূপ, কাছাৰ, হোজাইৰ দুখনকৈ থানাৰ উন্নীতকৰণ
বঙাইগাঁও,শোণিতপুৰ, নগাঁৱৰ এখনকৈ থানাৰ উন্নীতকৰণ
মাজুলী, হাইলাকান্দি, দক্ষিণ শালমৰাৰো এখনকৈ থানাৰ উন্নীতকৰণ
গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিবে জাৰি কৰিলে নিৰ্দেশনা