অসমৰ ২ সমষ্টিৰ ফলাফল ঘোষণা…

অসমৰ ২ সমষ্টিৰ ফলাফল ঘোষণা…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • অসমৰ ১৪ সমষ্টিৰ ভিতৰত ২টা সমষ্টিৰ ফলাফল ঘোষণা।
  • ডিব্ৰুগড় আৰু কৰিমগঞ্জ সমষ্টিৰ ঘোষণা কৰা হৈছে ফলাফল।
  • ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ জয়লাভ।
  • কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰতকৈ ৩৬৪৫৬৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে তেলীয়ে।
  • কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ৩৮৩৮৯ টা ভোটত পৰাভূত কৰে এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক।