অসমৰ পৰা পুনৰ ২ পি এফ আই সদস্যক গ্ৰেপ্তাৰ...

পুনৰ গ্ৰেপ্তাৰ পি এফ আইৰ দুজন সদস্য।অসম আৰক্ষীৰ বিশেষ শাখাই গ্রেপ্তাৰ কৰে দুয়োজনক।

author-image
Asomiya Pratidin
New Update
দেশজুৰি পি এফ আইৰ বিৰুদ্ধে এন আই এৰ অভিয‍ান

ডিজিটেল ডেস্ক: পুনৰ গ্ৰেপ্তাৰ পি এফ আইৰ দুজন সদস্য।অসম আৰক্ষীৰ বিশেষ শাখাই গ্রেপ্তাৰ কৰে দুয়োজনক।

Advertisment

এজন সদস্যক কৰিমগঞ্জৰ পৰা গ্রেপ্তাৰ আৰু আন জন সদস্যক গ্রেপ্তাৰ গুৱাহাটীৰ সমীপৱৰ্তী অঞ্চলৰ পৰা।

দুই সদস্যক কাহিলিপাৰাৰ SOUৰ থানাত দুয়োকে সোধা-পোছা চোৰাংচোৱা সংস্থাৰ। দুয়োকে শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিয়াই সমগ্ৰ দেশ জুৰি চলাই পি এফ সদস্যৰ বিৰুদ্ধে অভিযান। এই অভিযান কালত দেশত প্ৰায় ১০০ জন পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰে নিয়াই। অন্যহাতে দুদিনৰ ভিতৰত অসমত PFIৰ মুঠ ১২ সদস্যক গ্রেপ্তাৰ।

assam PFI Assam police