টিহু আৰক্ষী থানাৰ দুই কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ

টিহু আৰক্ষী থানাৰ দুই কনিষ্টবলৰ ৰিজাৰ্ভ ক্ল’জ। কনিষ্টবল অপূৰ্ব পাটগিৰি, অমিত হাজঙৰ ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ। মঙলবাৰে ৰিজাৰ্ভ ক্লজ দিয়ে দুই গৰাকী কনিষ্টবলক।

author-image
Asomiya Pratidin
New Update
টিহু আৰক্ষী থানাৰ দুই কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ

ডিজিটেল ডেস্কঃ টিহু আৰক্ষী থানাৰ দুই কনিষ্টবলৰ ৰিজাৰ্ভ ক্ল’জ। কনিষ্টবল অপূৰ্ব পাটগিৰি, অমিত হাজঙৰ ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ। মঙলবাৰে ৰিজাৰ্ভ ক্লজ দিয়ে দুই গৰাকী কনিষ্টবলক।

ৰাষ্ট্রীয় ঘাইপথত ট্রাক চালকক গুৰুলাগুৰলকৈ প্রহাৰ কৰাৰ অভিযোগ দুইগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে। ট্ৰাক চালকক প্রহাৰ কৰি কাঢ়ি নিছিল নগদ ধন।

তাৰপাছতেই প্রতিবাদমুখৰ হৈছিল টিহুৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথ। ট্রাক চালক আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্রতিবাদ কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Also Read: বাণিজ্য শাখাত নন্দিতাৰ ষষ্ঠ স্থানঃ খবৰ পাই দৌৰি আহিল ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰিব যোৱা পিতৃ

Assam police