১১ এপ্ৰিলত বুটাম টিপিলেই ইভিএমত জ্বলিছিল পদুমৰ সংকেত, ১৮ এপ্ৰিলত হৈছে নেকি এনে ঘটনা?

১১ এপ্ৰিলত বুটাম টিপিলেই ইভিএমত জ্বলিছিল পদুমৰ সংকেত, ১৮ এপ্ৰিলত হৈছে নেকি এনে ঘটনা?

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছিল বিসংগতি।
  • যিকোনো বুটাম টিপিলেই ভোট পৰিছিল পদুম ফুলত।
  • ইভিএমত কেৱল পদুম ফুলৰ চিহ্নৰ সংকেত জ্বলি উঠিছিল।
  • বিশ্বনাথ, তেজপুৰ, শিৱসাগৰ আদি ভোটগ্ৰহণ কেন্দ্ৰত দেখা পোৱা গৈছিল এই বিসংগতি।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এতিয়ালৈকে এনে বিসংগতিৰ খবৰ অহা নাই।
  • অৱশ্যে শতাধিক ই ভি এমৰ বিসংগতিৰ বাবে বহু ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণত বিলম্ব।
  • মঙলদৈ, ডিফু, ৰঙিয়া, নগাঁও, লামডিং বিভিন্ন ঠাইৰ পৰা আহিছে ই ভি এমৰ বিসংগতিৰ খবৰ।