New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- পুনৰ আলফা (স্বা)লৈ অসমৰ ১২ জন যুৱকৰ যোগদানৰ সন্দেহ।
- এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই কথা জানিবলৈ পোৱা গৈছে।
- জোনাইৰ ৩ জন, শদিয়াৰ ২জন , বৰডুমচাৰ ২জন , গোলাঘাটৰ ৩ জন, নাহৰকটীয়াৰ ২জন ।
- সৰ্বমুঠ ১২ জন যুৱকে আলফা স্বাধীনত যোগদানৰ তথ্য পোৱা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us