New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f8a7fdd-2df2-45a6-b6e6-51d852f9da1d/pic_eimuhurtor_khobor_copy.jpg)
এজন নৰধম পুৰুষৰ যৌন নিৰ্যাতনৰ বলি হল ১১ বছৰীয়া শাৰীৰিকভাৱে অক্ষম এজন কিশোৰ।
গাৱখনৰে বাসিন্দা দীপক গৌড় ওৰফে বুতুল নামৰ যুৱজনে কিশোৰ জনক নিৰ্যাতন কৰাৰ অভিযোগ তুলে।
ভুক্তভোগী কিশোৰৰ পৰিয়ালৰ লোকে লামডিং খানাত গোচৰ ৰুজু কৰে।
বৰ্তমান অভিযুক্ত দীপক গৌড় ওৰফে বুতুল পলাতক।
দীপক গৌড়ক বিচাৰি নিশা লামডিং আৰক্ষীৰ অভিযান আৰম্ভ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us