বাণিজ্য শাখত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীত…

বাণিজ্য শাখত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীত…

author-image
asomiyapratidin
New Update
HS RESULTS-  কলাত ৮৩.৪৮শতাংশ, বিজ্ঞানত ৯২.১৯শতাংশ আৰু বাণিজ্যত ৮৭.২৭শতাংশ উৰ্ত্তীণ…

ডিজিটেল ডেস্ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষাত জিলা ভিত্তিত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ মাজুলী। জিলাখনত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বাণিজ্য শাখাত। দ্বিতীয় স্থানত আছে দক্ষিণ শালমৰা। দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ৯৬.৭৭ শতাংশ। আনহাতে তৃতীয় স্থানত আছে বাক্সা। জিলাখনতৰ উত্তীৰ্ণৰ হাৰ ৯৬.৫৩ শতাংশ।

Advertisment

গুৱাহাটী মহানগৰ উত্তীৰ্ণৰ হাৰ ৮৯,৩১ শতাংশ। এইবাৰ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰত একেবাৰে তলত আছে হাইলাকান্দি। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৬২.০২ শতাংশ।

আৰু পঢ়ক:ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ এইবাৰৰ ভাল ফলাফল। ১৪ ছাত্ৰ-ছাত্ৰীৰে স্থান লাভৰ শীৰ্ষত নগাঁও…

assam majuli hs results