দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে কৰিমগঞ্জত জব্দ ১.৫০ লাখ টকা…

দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে কৰিমগঞ্জত জব্দ ১.৫০ লাখ টকা…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে কৰিমগঞ্জত জব্দ ১.৫০ লাখ টকা…

প্ৰতীকি ফটো

  • লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত পুনৰ জব্দ লক্ষাধিক টকা।
  • নিশা কৰিমগঞ্জত জব্দ কৰা হৈছে ১.৫০ লাখ টকা।
  • আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে টকাখিনি।
  • নিয়মীয়া তালাচীৰ সময়ত এখন বাহনৰ পৰা জব্দ টকাখিনি।
  • আৰক্ষীয়ে আটক কৰিছে বাহনখনৰ চালকজনক।
  • অৱশ্যে বাহন খনৰ ভিতৰত থকা আন এজন লোকে পলায়ন কৰিবলৈ সক্ষম হয়।