কামাখ্যাত আশিষ ল’লে যোগী আদিত্য নাথে…

কামাখ্যাত আশিষ ল’লে যোগী আদিত্য নাথে…

author-image
asomiyapratidin
New Update
কামাখ্যাত আশিষ ল’লে যোগী আদিত্য নাথে…

  • বুধবাৰে বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
  • ৰাতিপুৱা বৰঝাৰত উপস্থিত হৈয়েই পোনে পোনে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় কামাখ্যা মন্দিৰত।
  • মা কামাখ্যাৰ আশিষ লৈ নিৰ্বাচনী প্ৰচাৰলৈ যাত্ৰা যোগী আদিত্য নাথৰ ।
  • হোজাইৰ লংকাত নিৰ্বাচনী প্ৰচাৰৰ সভা অংশ গ্ৰহন কৰাৰ লগতে ৰঙিয়া আৰু কলাইগাওতো নিৰ্বানী সভাত অংশ ল'ব আদিত্যনাথে ।