Election 2021 অসম হাতী নেৰে সত্যব্ৰতে… হাতী নেৰে সত্যব্ৰতে… asomiyapratidin 12 Mar 2021 15:32 IST Follow UsNew Updateঅগপ নেৰে সত্যব্ৰত কলিতাই ।আবেগিক হৈ দল এৰা কথা কৈছিল বুলি মন্তব্য সত্যব্ৰত কলিতাৰ নিৰ্বাচনতো প্ৰতিদন্দিত নকৰে কলিতাই ।মনোনয়ন প্ৰত্যাহাৰ সত্যব্ৰত কলিতাৰ ।কমলপুৰৰ অগপ বিধায়ক আছিল সত্যব্ৰত কলিতা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক