/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/modi-12.jpg)
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ অসমলৈ আহিব ২০ মাৰ্চত । এক সূত্ৰ মতে ২০ মাৰ্চত মেডীয়ে চাবুৱাত এক জনসভা সম্বোধন কৰা কথা । ২১ মাৰ্চত মোডীয়ে বোকাখাতত, ২৪ মাৰ্চত বিহপুৰীয়াত আৰু ২৮ মাৰ্চত চিলাপথাৰত সম্বোধন কৰাৰ কথা ।
অবশ্যে আনুষ্ঠানিক ভাবে বিজেপিৰ ফালৰ পৰা কোনো তথ্য সাদৰি কৰা হোৱা নাই । ১ এপ্ৰিলত বিজনী, ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে তামুলপুৰত জনসভা সম্বোধন কৰাৰৰ সম্ভাৱনা আছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us