Election 2021 ৰাষ্ট্ৰীয় বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ asomiyapratidin 27 Mar 2021 15:03 IST Follow UsNew Updateপশ্চিম বংগত নিৰ্বাচনী হিংসা।বিজেপি নেতা সুভেণ্ডু অধিকাৰীৰ ভাতৃক আক্ৰমণ।ভাতৃ সোমেন্দু অধিকাৰীক চলন্ত বাহনত আক্ৰমণ কৰাৰ চেষ্টা দুৰ্বৃত্তৰ।টিএমচিৰ কৰ্মী সকলে আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ।ঘটনাত গুৰুতৰ ভাৱে আহত বাহনখনৰ চালক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক