মৃতদেহক লৈ ৰাজনীতি কৰাটো মমতা বেনাৰ্জীৰ পুৰণা অভ্যাসঃপ্ৰধান মন্ত্ৰী

মৃতদেহক লৈ ৰাজনীতি কৰাটো মমতা বেনাৰ্জীৰ পুৰণা অভ্যাসঃপ্ৰধান মন্ত্ৰী

author-image
asomiyapratidin
New Update
মৃতদেহক লৈ ৰাজনীতি কৰাটো মমতা বেনাৰ্জীৰ পুৰণা অভ্যাসঃপ্ৰধান মন্ত্ৰী

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগৰ প্ৰথম চাৰিটা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে দৃঢ়তাৰে দাবী কৰে যে, এইবাৰ পশ্চিম বংগত টি এম চিৰ হাড় ভাগিল। লগতে কয় যে, ৰাজ্যখনত ভোট গ্ৰহণ শেষ হোৱালৈ মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজা বিপুল ভোটৰ ব্যৱধানত পৰাস্ত হ'ব।

Advertisment

লগতে তেওঁ মমতা বেনাৰ্জীক তীব্ৰ, মৃতদেহক লৈ ৰাজনীতি কৰাটো মমতা বেনাৰ্জীৰ পুৰণা অভ্যাস আৰু ১০ এপ্ৰিলত কোচ বিহাৰৰ শীতলকুছিত ৫ জন দুৰ্ভাগ্যজনত মৃ্ত্যুক লৈয়ো ৰাজনীতি কৰিছে। ৰাজ্যখনৰ দক্ষিণ দিনাজপুৰৰৰ এখন নিৰ্বামনী প্ৰচাৰ সভাত অংশ লৈ অনেদৰেই মমতা বেনাৰ্জী আৰু টি এম এম চিক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।