New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
- কোকৰাঝাৰ পূৱ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ বিজয় ।
 - ২০০০০ ভোটৰ ব্যৱধানত বিজয় সাৱস্ত কৰিলে লৰেঞ্চ ইছলাৰীয়ে ।
 - লৰেঞ্চ ইছলাৰীৰৰ নিকটতম প্ৰাৰ্থী আছিল বিপিএফৰ হেভিৱেইট প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম ।
 - বিজয়ৰ পিছতে লৰেঞ্চ ইছলাৰীৰ প্ৰতিক্ৰিয়া ।
 - এই বিজয় সমন্বয় , ভাৰ্তৃত্ববোধৰ বিজয় ।
 - প্ৰতিগৰাকী ভোটাৰৰ প্ৰতি কৃতজ্ঞতা লৰেঞ্চ ইছলাৰীৰ ।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us