৭০% ভোট লৈ উৎপল বৰাক জয়ী কৰাম : সিধেশ্বৰ হাজৰিকা

৭০% ভোট লৈ উৎপল বৰাক জয়ী কৰাম : সিধেশ্বৰ হাজৰিকা

author-image
asomiyapratidin
New Update
৭০% ভোট লৈ উৎপল বৰাক জয়ী কৰাম :  সিধেশ্বৰ হাজৰিকা

  • অগপ,গণশক্তি,এমএমকে নেতাক লৈ উৎপল বৰাৰ সংবাদ মেল ।
  • উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত উৎপল বৰাক জিকাব লাগিব বুলি সংবাদ মেলত মন্তব্য ।
  • ৭০% ভোট লৈ উৎপল বৰাক জয়ী কৰাম বুলি মন্তব্য সিধেশ্বৰ হাজৰিকাৰ ।
  • মিচিং জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থৰ লগতে মিচিং স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যদা দিয়াৰ স্বাৰ্থতে আমি মিচিং জাতীয় সংগঠনে মিত্ৰজোঁট বিজেপিক সমৰ্থন কৰিছোঁ বুলি মনজিৎ পাটগিৰিয়ে মন্তব্য কৰে ।