New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/gobinda.jpg)
- ওদালগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ভোটদান ।
- ওদালগুৰিৰ গুমগাওঁ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে প্ৰাৰ্থী গৰাকীয়ে ।
- গুমগাওঁ প্ৰাথমিক বিদ্যালয়ৰ(সোফাল)ভোটগ্ৰহণ কেন্দ্ৰত হৈছিল ইভিএমৰ বিসংগতি ।
- নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহন প্ৰক্ৰিয়া ।