New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
- কোকৰাঝাৰত সংবাদমেল যোগে ইউপিপিএলৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণা ।
- ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী ।
- ২৯ কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিত(জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম।
- ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী সমষ্টিত লৰেঞ্চ ইছলাৰী ।
- ৩১ নং চিদলী (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ।
- ৩৩ নং বিজনী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ফনীন বড়ো ।
- ৫৮ নং তামোলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লেহো ৰাম বড়ো ।
- ৬২ নং বৰমা(জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী ভূপেন বড়ো ।
- ৬৩ নং চাপাগুৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us