কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল…

author-image
asomiyapratidin
New Update
হিন্দীৰে বান্ধিব একতাৰ এনাজৰী ! উত্তৰ পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ বাধ্যতামূলক হিন্দী…

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল ।
  • ভবানীপুৰ আৰু শুৱালকুছিৰ নিৰ্বাচনী সভা বাতিল কৰা হয় ।
  • বৰপেটাৰোডৰ পৰা পোনে পোনে ছত্তীশগড়লৈ ৰাওনা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ।
  • ছত্তীশগড়ৰ ২২ শ্বহীদৰ বাবে বাতিল নিৰ্বাচনী সভা ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলী ।