New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/KOKRAJHAR.jpg)
- বিজেপি অগপ ইউপিপিএল মিত্ৰজোঁটলৈ সমৰ্থন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ।
- মিত্ৰজোঁটৰ সপক্ষে ভোটদানৰ আহ্বান কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ।
- কোকৰাঝাৰৰ ভোটগাঁওত অনুষ্ঠিত হোৱা এক সংবাদমেলযোগে এই ঘোষণা কৰে পৰিষদে ।
- সংবাদমেলত উপস্থিত কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনকে ধৰি প্ৰায়ভাগ পাৰিষদ ।
- কংগ্ৰেছে বছৰ বছৰ ধৰি কোচ ৰাজবংশীক প্ৰতাৰণা কৰিলে বুলি মন্তব্য ।
- বিজেপিয়ে কোচ ৰাজবংশীৰ সমস্যা সমাধানত ব্ৰতী হৈছে বুলি মন্তব্য পৰিষদৰ ।
- হিলদল ভাঙি বিজেপি আৰু মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ।