New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
- ২০২১ৰ নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ লক্ষ্য নিৰ্বাচন আয়োগৰ ।
- ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে বিশেষ সজাগতামূলক পদক্ষেপ গ্ৰহন কৰিব আয়োগে ।
- জনপ্রিয় ব্যক্তিক লৈ নিৰ্বাচন আয়োগে চলাব সজাগতা অভিযান ।
- ৰিয়ান পৰাগ, কপিল বৰা, অনিন্দিতা পালক লৈ চলাব সজাগতা অভিযান ।
- পেৰা চাইক্লিষ্ট ৰাকেশ বণিকৰ সহায়তো চলাব সজাগতা অভিযান ।
- 'অব কী বাৰ ৮৫% পাৰ'- ৰাজ্যিক নিৰ্বাচন আয়োগৰ শ্ল'গান ।
- ব'হাগ আৰু ব'হাগী নামেৰে মাছক'ড মুকলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ ।
- সজাগতাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে গঠন কৰিছে শ্বুইপ চেল ।
- পৰম্পৰাগত সাজেৰে দুই যুৱক-যুৱতী শুভংকৰ ব'হাগ-ব'হাগী মুকলি ।
- ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নিৰ্বাচনী আয়োগৰ শীৰ্ষক গীত মুকলি ।
- ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us