বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে…

বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে…

author-image
asomiyapratidin
New Update
বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে…

  • বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।
  • পাটাছাৰকুছি সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী ।
  • মনোনয়ন পত্ৰ দাখিলৰ সময়ত দাসক সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব ৰঞ্জিত দাসৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত ।
  • বুধবাৰে দুপৰীয়া ১২ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ।