New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
- ৰাতাবাৰীৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত।
- ১৬৯ নং ভোট গ্ৰহণ কেন্দ্ৰত হ'ব পুনৰ ভোট গ্ৰহণ।
- বিজেপিৰ প্ৰাৰ্থীৰ বাহনত ইভিএম কঢ়িওৱাক লৈ সৃষ্টি হৈছিল উত্তেজনা।
- ঘটনা সন্দৰ্ভত ৪ নিৰ্বাচনী বিষয়াক নিলম্বন।