New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/rahul-gandhi-1.jpg)
- বুধবাৰে ৰাহুল গান্ধীয়ে বুধবাৰে ছয়গাওঁ আৰু বৰক্ষেত্ৰী সমষ্টিত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব ।
- কংগ্ৰেছৰ নেতা গৰাকীয়ে ৰাতিপুৱা ৯.১৫ত কামাখ্যা মন্দিৰ দৰ্শন কৰিব ।
- ৰাহুল গান্ধীয়ে ছয়গাওঁ সমষ্টিৰ প্ৰীতিপুৰত বুধবাৰে ১১ বজাত এখন জনসভা সম্বোধন কৰিব ।
- বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকথা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহন কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us