New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/rahul-gandhi-2.jpg)
- অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।
- বুধবাৰে ৰাতিপুৱা কংগ্ৰেছ নেতা গৰাকীয়ে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ।
- কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাহুল গান্ধীয়ে টুইট যোগে কয় – অসমৰ সন্মান আৰু প্ৰগতিৰ সংগ্ৰামত আমি আপোনাৰ সৈতে আছো।
- ৰাহুল গান্ধীয়ে ছয়গাওঁ সমষ্টিৰ প্ৰীতিপুৰত বুধবাৰে ১১ বজাত এখন জনসভা সম্বোধন কৰিব ।
- বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকথা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহন কৰিব ।