New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/rahul-1.jpg)
- শুকুৰবাৰে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।
- দুদিনীয়া ভ্ৰমণ সূচীৰে অসনলৈ আহিব কংগ্ৰেছ নেতা গৰাকী ।
- ৰাহুল গান্ধীয়ে শুকুৰবাৰে লাহোৱাল,ডিব্ৰুগড়ৰ লগতে ডুমডুমাত চলাব নিৰ্বাচনী প্ৰচাৰ ।
- ২১ আৰু ২২ মাৰ্চত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ।
- প্ৰিয়ংকা গান্ধীয়ে যোৰহাট,গোলাঘাট,নগাওঁত প্ৰচাৰ চলাব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us