১ এপ্ৰিলৰ দিনা দৰঙত ৰাজহুৱা বন্ধ ঘোষণা

১ এপ্ৰিলৰ দিনা দৰঙত ৰাজহুৱা বন্ধ ঘোষণা

author-image
asomiyapratidin
New Update
সুখবৰঃ টেট উত্তীৰ্ণ ১ লাখ প্ৰাৰ্থীক দিয়া হ’ব চাকৰি…

ডিজিটেল সংবাদ, মঙলদৈঃ বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰ ৰাইজৰ স্বত:স্ফূৰ্ত অংশগ্ৰহণৰ স্বাৰ্থত ১ এপ্ৰিলৰ দিনা দৰং জিলাত এন আই এক্টৰ অধীনত প্ৰশাসনে ৰাজহুৱা বন্ধ ঘোষণা কৰিছে ।

Advertisment

সেই অনুসৰি উক্ত দিনা জিলাখনৰ ৬৫ নং কলাইগাওঁ , ৬৬ নং ছিপাঝাৰ, ৬৭ নং মঙলদৈ আৰু ৬৮ নং দলগাওঁ বিধান সভা সমষ্টিৰ এলেকাৰ অন্তৰ্গত সকলো ধৰণৰ চৰকাৰী- বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু স্থানীয় নিকায়সমূহ , শিক্ষানুষ্ঠান , বেংক – বিত্তীয় প্ৰতিষ্ঠান ,চাহ বাগিচা ,উদ্যোগ ,ব্যৱসায়- প্ৰতিষ্ঠান আদি বন্ধ থাকিব ।