New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/4.jpg)
- অসমৰ আজি পুনৰ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।
- নামনি অসমৰ তিনিটা সমষ্টিত চলাব নিৰ্বাচনী প্ৰচাৰ।
- পূৱ-গোৱালপাৰা, গোলকগঞ্জ, সৰক্ষেত্ৰীত নিৰ্বাচনী সভাত অংশ ল'ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
- আজি অসমলৈ জে পি নাড্ডাও আহিব।
- পাটাচাৰকুছি, বকো আৰ পূব গুৱাহাটী সমষ্টিত নাড্ডাৰ নিৰ্বাচনী সভা।
- দুয়োগৰাকীয়ে ৩ য় পৰ্যায়ৰ নিৰ্বাচনৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ চলাব মাৰথান নিৰ্বাচনী প্ৰচাৰ।