Election 2021 অসম বিহপুৰীয়া সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰিজাইডিং অফিচাৰ… বিহপুৰীয়া সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰিজাইডিং অফিচাৰ… asomiyapratidin 27 Mar 2021 12:37 IST Follow UsNew Updateবিহপুৰীয়া সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন৷১৩৮ নং কচুৱা মাজগাওঁ ভোটগ্ৰহন কেন্দ্ৰত সংঘটিত হৈছে অঘটন ।উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰিজাইডিং অফিচাৰ তৰুণ চন্দ্ৰ সৰকাৰ৷ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বিষয়া গৰাকীক৷আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক