অখিল লুৰীণৰ হৈ দেওশাল শিৱ মন্দিৰত প্ৰাৰ্থনা…

অখিল লুৰীণৰ হৈ দেওশাল শিৱ মন্দিৰত প্ৰাৰ্থনা…

author-image
asomiyapratidin
New Update
অখিল লুৰীণৰ হৈ দেওশাল শিৱ মন্দিৰত প্ৰাৰ্থনা…

ডিজিটেল ডেস্ক,মায়ং : ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ বিজয়ৰ বাবে আজি পুৱাৰ ভাগত জাগীৰোড দেও শাল শিৱমন্দিৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন মৰিগাঁও জিলাৰ সভাপতি বদন শৰ্মা আৰু কেইজনমান সতীর্থই চাকি ধূপ ধুনা জ্বলাই প্ৰাৰ্থনা কৰে।

Advertisment

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দুয়ো গৰাকী নেতাই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি দুটাৰ পৰা যাতে ৰাইজৰ বহু মূলীয়া ভোটৰ দ্বাৰা জয়ী হব পাৰে তাৰ বাবে আজি এনেদৰে মন্দিৰ ত গৈ চাকি জ্বলাই।অলপতে এই লোক কেইজনেই নিজৰ খৰছেৰে গৈ শিৱসাগৰ ত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল।