New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/pramilla.jpg)
- কোকৰাঝাৰত প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৰোড শ্ব' ।
- কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা খেলপথাৰৰ পৰা ৰোড শ্ব' প্ৰমিলাৰ ।
- কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা প্ৰমিলা ৰাণী ব্ৰহ্মৰ ।
- নিৰ্বাচনত জয়যুক্ত হ'ব বুলি দাবী প্ৰমিলাৰ ।
- হিমন্ত বিশ্ব শৰ্মাক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান প্ৰমিলাৰ ।
- ধনবল ,বাহুবল পৰিত্যাগ কৰাৰ আহ্বান হিমন্তক ।
- ৰোডশ্ব'ৰ পূৰ্বে ডিএন হিম্মৎসিংকা খেলপথাৰত জনতাক উদ্দেশ্যি ভাষণ প্ৰমিলাৰ ।
- পুনৰাই বিটিচি দখলৰ সপোন বিপিএফৰ ।
- দুই মেত বিজেপিৰ শ্ৰাদ্ধ পাতিব বুলি যুৱ বিপিএফৰ নেতা প্ৰহ্লাদ বসুমতাৰীৰ হুংকাৰ ।
- সৰ্বানন্দ সোণোৱালক সৰ্বনাশ সোণোৱাল আখ্যা প্ৰহ্লাদ বসুমতাৰীৰ ।
- হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰাধাৰ সমালোচনা ।