New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor.jpg)
- ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ।
 - ২০ এপ্ৰিল অনুষ্ঠিত হ'ব পুনৰ ভোট গ্ৰহণ।
 - ৰাতাবাৰী, সোনাই আৰু হাফলঙৰ ২ টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
 - ৰাতাবাৰীৰ ১৪৯ নং ইন্দিৰা এম.ভি. স্কুল হ'ব ভোট গ্ৰহণ।
 - সোনাইৰ ১০৯ নং কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
 - হাফলঙৰ খোঠলিৰ এল.পি. স্কুল আৰু মোৱালদাম এল. পি. স্কুলৰ কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
 - পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব ভোটগ্ৰহণ।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us