তামুলপুৰত মোডীৰ বিশাল জনসভা

তামুলপুৰত মোডীৰ বিশাল জনসভা

author-image
asomiyapratidin
New Update
তামুলপুৰত মোডীৰ বিশাল জনসভা

  • তামুলপুৰত প্ৰধান মন্ত্ৰী মোডীৰ বিশাল নিৰ্বাচনী সভা।
  • মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ প্ৰধান মন্ত্ৰীগৰাকীৰ।
  • ইউপিপিএলৰ প্ৰাৰ্থী লেহোৰাম বড়োৰ হৈ প্ৰচাৰ মোডীৰ।
  • লাউপাৰা-জামুগুৰী মোদী ক্ষেত্ৰত জনতাক সম্বোধন প্ৰধানমন্ত্ৰী গৰাকীৰ।
  • তৃতীয় পৰ্যায়ৰ ভোট কেৱল মাত্ৰ ধন্যবাদৰ চিনস্বৰূপ হ'বঃ মোডী।
  • মহাজোঁটৰ 'মহাঝুথ' ইতিমধ্যে ৰাইজে গম পাইছেঃ মোডী।
  • ডবল ইঞ্জিনৰ চৰকাৰে ডবল বিকাশ কৰিছেঃ মোডী।
  • অসমৰ বিকাশৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিবঃ মোডী।
  • জনতাৰ আশীৰ্বাদৰ শক্তি আমি জানোঃ মোডী।