/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/cm.jpg)
- কংগ্ৰেছ আৰু অন্য দল সমূহ কেবল সংবাদ মাধ্যমতহে দেখা গৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
- বিজেপি মিত্ৰজোঁট মাটিৰ সৈতে মিলি আছে বুলি মন্তব্য কৰে সোণোৱালে ।
Congress & other parties are only seen in the media but BJP & its allies are the ones on the ground. People of Assam now know that CAA-NRC will not affect them. My aim is to make the BJP government in the State again: Assam CM Sarbananda Sonowal pic.twitter.com/fFGSjz5qgB
— ANI (@ANI) March 27, 2021
- কা আৰু এনআৰচিয়ে অসমবাসীক প্ৰভাবিত নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ।
- মোৰ উদেশ্যে ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বনোৱা লক্ষ্য বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।