Election 2021 অসম পাটাছাৰকুছিত ৰঞ্জিত দাসৰ অগ্ৰগতি… পাটাছাৰকুছিত ৰঞ্জিত দাসৰ অগ্ৰগতি… asomiyapratidin 02 May 2021 10:27 IST Follow UsNew Updateপাটাছাৰকুছি সমষ্টিত প্রথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন।সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাস।ৰঞ্জিত দাসে লাভ কৰিছে ৫৮৮৭টা ভোট।ইফালে, কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই লাভ কৰিছে ৬৯০টা ভোট।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক