/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/nao-boisa.jpg)
ডিজিটেল সংবাদ বান্দৰদেৱা : নাঁওবৈছাৰ এন চিপি দলৰ প্ৰাৰ্থী দীপক শইকীয়াৰ উত্থানত শংকিত হৈ পৰিছে বিৰোধী শিবিৰ।এন চি পিৰ দীপক শইকীয়াই সমষ্টিটোৰ সমস্যা সমুহক নিৰ্বাচনী ইচ্ছ্যু হৈ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে।উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এন চিপি দলে নাঁওবৈছা, বোকাখাত,মাহমৰা,তিনিচুকীয়া,শিৱসাগৰত প্ৰাৰ্থীত্ব আগবঢ়াইছে।
ইতিমধ্যে গাঁৱে ভূঞে ব্যাপক প্ৰচাৰ চলাইছে দীপক শইকীয়াই।অগপৰ জয়ন্ত খাউণ্ড কংগ্ৰেছৰ ভৰত নৰহ আৰু ৰাইজৰ দলৰ আজিজুৰ ৰহমান কোনো প্ৰাৰ্থীয়েই দীপক শ ইকীয়াৰ বাবে ফেক্টৰ নহব বুলি ব্যক্ত কৰিছে।দীপক শ ইকীয়াৰ হৈ সমষ্টিটোত শাৰদ পাৱাৰেও প্ৰচাৰ চলোৱাৰ কথা।