Election 2021 অসম সোনাইত নিৰ্বাচনী হিংসা সোনাইত নিৰ্বাচনী হিংসা asomiyapratidin 30 Mar 2021 17:36 IST Follow UsNew Updateসোনাইত নিৰ্বাচনী হিংসা।বিজেপি আৰু এআইইউডিএফ ৰ সমৰ্থকৰ মাজত মুকলি সংঘৰ্ষ।তীব্ৰ বাক-বিতণ্ডা দুয়ো দলৰ সমৰ্থকৰ মাজত।উত্তপ্ত হৈ পৰে পৰিস্থিতি।ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক