New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bokakhat-1.jpg)
- বোকাখাতত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী আৰ টি আই কৰ্মী বিজয় কুটুমৰ মনোনয়ণ পত্ৰ দাখিল।
- ৰাজ্যৰ দ্বিতীয়খন মনোনয়ন পত্ৰ দাখিল বোকাখাতত।
- ২০১৬ চনত বোকাখাতত নিৰ্দলীয় হিচাপে প্ৰতিদন্দিতা কৰিছিল বিজয় কুটুমে।
- ২০১৬ চনত ১৩৫১ টা ভোট লাভ কৰিছিল আৰ টি আই কৰ্মী বিজয় কটুমে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us